Fake Currency: গুৱাহাটীত নকল টকাসহ এজনক গ্ৰেপ্তাৰ

By

Published : Jun 28, 2022, 5:18 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

গুৱাহাটী মহানগৰীত নকল নোট জব্দ (Fake note seized in Guwahati)। গোপন সূত্ৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে(Hatigaon Police Station) অভিযান চলাই নকল নোটসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Fake note smuggler in Guwahati)। ধৃত লোকজন হাফিজুল ইছলাম । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সোমবাৰে নিশা সাতগাঁও অঞ্চলত অভিযান চলাই নকল নোট(Fake currency note) সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাখনো ATM কাৰ্ড, ১৫ হাজাৰ টকাৰ নকল নোট, AS12 Y4716 নম্বৰৰ বেলেনো বাহন আৰু বহু ভুৱা নথিপত্ৰ জব্দ কৰে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.