Badaruddin Ajmal on ED: ED ৰ কথা ক’লেই ভয়ত কম্পমান হয় বদৰুদ্দিন আজমল

By

Published : Aug 5, 2022, 7:48 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন কমাৰ্চিয়েল কমপ্লেক্স হ’লে AIUDFৰ বিধায়কে দলৰ বাবে অফিচ বিচাৰিব পাৰে । ত‍াত কি অসুবিধা আছে ? শুকুৰবাৰে গুৱাহাটীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে AIUDF ৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে । তেওঁ লগতে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, ৰাজীৱ ভৱন কমাৰ্চিয়েল কমপ্লেক্স হ’লে তলত থাকিব পাণ দোকান আৰু ওপৰত থাকিব গৌৰীৰ মকান (MP Badruddin Ajmal criticized congress) । আনহাতে, ED সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ হাতযোৰ কৰি কয় যে, ED ৰ কথা ওলালেই তেওঁৰ কঁপনি উঠে (MP Badruddin Ajmal reacts on ED)। তেওঁৰ ঘৰত EDয়ে অভিযান চলোৱা নাই । সেয়ে তেওঁ আল্লাৰ ওচৰত দোৱা কৰে যাতে ED ৰ পৰা সকলো বাচি থাকে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.