Assam car burnt: মেঘালয়ত উত্তেজিত যুৱকৰ দলে জ্বলালে অসমৰ বাহন

By

Published : Nov 22, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

অসম-মেঘালয় সীমান্তত অসম আৰক্ষীৰ গুলীত পাঁচজন খাচী লোক নিহত হোৱাৰ পাচতেই উত্তেজিত হৈ পৰিছে মেঘালয়ৰ লোকসকল (Tension grips Assam Meghalaya border) ৷ ইতিমধ্যে মেঘালয়ৰ বহুকেইখন জিলাত ইন্টাৰনেট কৰ্তন কৰাৰ লগতে অসমৰ পৰা মেঘালয়লৈ যোৱা আটাইকেইটা পথেৰে যাতায়াত বন্ধ কৰি দিয়া হৈছে ৷ তাৰ মাজতে শ্বিলঙৰ সমীপৰ জালুপাৰাত দুৰ্বৃত্তই জ্বলাই দিলে অসমৰ এখন বাহন (Miscreants burnt a Assam car in Shillong) ৷ পশ্চিম জয়ন্তীয়া পাহাৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা স্ক’ৰপিঅ’ বাহনখনত আছিল কেইবাজনো যাত্ৰী ৷ স্থানীয় যুৱকৰ দলে অগ্নিসংযোগ কৰে বাহনখনত ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.