Keshab Mahanta in Morigaon : নিৰ্মীয়মাণ মৰিগাঁও মেডিকেল কলেজৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

By

Published : Dec 4, 2022, 8:22 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

মৰিগাঁৱত মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta in Morigaon)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৮ ডিচেম্বৰত জিলাখনৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালকৈ ষ্টেডিয়াম(Stadium in Morigaon), দলং,পকী পথ, পলিটেকনিক কলেজ, কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰসহ ১১ টা কামৰ আধাৰশিলা স্থাপন কৰিব । ৯১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আধাৰশিলা স্থাপন কাৰ্যসূচীসমূহৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব বঘৰাত । সেই উপলক্ষে দেওবাৰে জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে মৰিগাঁও মেডিকেল কলেজৰ(Morigaon medical college) নিৰ্মাণস্থলী পৰ্যবেক্ষণ কৰে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.