নিশা কাজিৰঙাত জীপ ছাফাৰীৰ বাবে আগতীয়াকৈ অনুমতি লোৱা হৈছিল: মন্ত্ৰী অতুল বৰা

By

Published : Sep 26, 2022, 10:06 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

মুখ্যমন্ত্ৰীৰ লগতে সদগুৰু আৰু অন্যান্য মন্ত্ৰী-বিষয়াই নিশা কাজিৰঙাত জীপ ছাফাৰী কৰাৰ প্ৰসংগত মন্ত্ৰী অতুল বৰাৰ মন্তব্য (CM Himanta Biswa Sarma Kaziranga visit)৷ মন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ বাবে আগতীকৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱা হৈছিল ৷ যিহেতু আগতীয়াকৈ ৱাৰ্ডেনৰ পৰা অনুমতি লাভ কৰিহে নিশা কাজিৰঙাত প্ৰৱেশ কৰা হৈছিল, গতিকে কোনোধৰণৰ অনিয়ম হোৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই (Minister Atul Bora)৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.