Assam Arunachal Border issue : অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত অসম চৰকাৰৰ প্ৰতিনিধিৰ বিশেষ বৈঠক

By

Published : Oct 31, 2022, 5:11 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা বিবাদ(Assam Arunachal Border issue) নিস্পত্তিৰ উদ্দেশ্যে সোমবাৰে ইটানগৰত গুৰুত্বপূৰ্ণ বৈঠক ৷ এক উচ্চস্তৰীয় বৈঠকখনত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ(CM Pema Khandu) আৰু অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ লগতে শীৰ্ষস্তৰীয় বিষয়াৰ এটা দল (Meeting with Arunachal CM) বৈঠকত ভাগ লোৱা অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ দলটোত আছিল ক্ৰমে কেশৱ মহন্ত, অতুল বৰা, জয়ন্তমল্ল বৰুৱা, বিমল বড়া, সঞ্জয় কিষাণ আৰু বলীন চেতিয়া ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.