Wild Elephant terror: গোলাঘাটৰ উদয়ন চাহ বাগিচাত দিনৰ ভাগতে বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Nov 11, 2022, 5:49 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত(Man Elephant conflict in Assam) । বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই আৰ্থিক দৈন্যতাত ভূগিছে এটা অঞ্চলৰ সাধাৰণ জনতাই (Man elephant conflict in Golaghat) ৷ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা আৰু ভঁৰালৰ ধান খাই তহিলং কৰিছে বন্যহস্তীয়ে (Wild Elephant Terror at Golaghat) ৷ বাগিচাত হাজিৰা কৰি জীৱন কটোৱাৰ পৰাও বঞ্চিত দৰিদ্ৰ শ্ৰমিক ৷ বাগিচাত কাম কৰিবলৈ আহি শ্ৰমিক ৰাইজে কাম কৰিব পৰা নাই বনৰীয়া হাতীৰ বাবে ৷ চাহ বাগিচাত দিনৰ ভাগত আশ্ৰয় লৈ চাহ গছ উভালি উপদ্ৰৱ চলাইছে বন্যহাতীৰ জাকে (Wild elephant free roaming in Golaghat) ৷ ধানখেতি, ভঁৰালৰ ধান আৰু বাগিচাৰ চাহ গছ নষ্ট কৰিছে বন্যহস্তীয়ে । এতিয়া শেষ ভৰষা কেৱল চৰকাৰ তথা বন বিভাগৰ ওপৰত ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.