টীয়কত উলহ-মালহে মহাষষ্ঠীৰ উদযাপন

By

Published : Oct 1, 2022, 9:14 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হৈছে মহাষষ্ঠী (Mahasasthi celebrated in Assam)৷ পুৱাৰে পৰাই উখল মাখল পৰিৱেশ প্ৰতিটো পূজা মণ্ডপত ৷ পূজাৰীৰ মন্ত্ৰোচ্চাৰণ, গোঁসানী নামত মুখৰিত ৰাজ্যৰ চৌপাশ ৷ ইতিমধ্যে ষষ্ঠী পূজা আৰম্ভ কৰিছে পূজাৰীয়ে (Mahasasthi celebrated at Teok) ৷ সন্ধিয়া বৈদিক নীতি নিয়মৰ মাজেৰে দেবীক বেল গছৰ তলত ৰখাই কালিলৈ পুৱা মহাসপ্তমীৰ পৰা ধৰাত দেবীক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব ৷ ইপিনে প্ৰতিমা প্ৰতিষ্ঠাৰ লগে লগে টীয়কৰ বিভিন্ন স্থানৰ পৰা ভক্ত উপস্থিত হৈ মা দূৰ্গাৰ চৰণত সেৱা লৈ সকলোৰে মংগল কামনা কৰিছে ৷ এই দৃশ্য টীয়ক জগদুৱাৰৰ সাৰ্বজনীন পূজা মণ্ডপৰ...

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.