তেজপুৰৰ ৰামকৃষ্ণ মিছনৰ মহালয়া বিশেষ কাৰ্যসূচী

By

Published : Sep 25, 2022, 11:28 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহালয়া (Mahalaya 2022) ৷ ধৰাৰ বুকুলৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় ৷ এই বিশেষ দিনটোত দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে দেৱী মাৰ ভক্তসকলে । তেজপুৰ ৰামকৃষ্ণ মিছনৰ কাৰ্যকর্তাসকলেও পদুম পুখুৰীৰ পাৰৰ ৰামকৃষ্ণ সেৱা আশ্ৰমত মহালয়া উপলক্ষে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে (People celebrates Mahalaya at Tezpur)। ভক্তি-বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ তেজপুৰ চহৰ । ৰামকৃষ্ণ মিছনৰ সমান্তৰালকৈ বেংগলী থিয়েটাৰ মূখাৰ্জীবাৰী ৰাবাৰ বাগান আদিকে ধৰি গণেশ ঘাটলৈ প্ৰতিখন পূজাথলীতে দেখা গৈছে ব্যাপক উছাহ উদ্দীপনা ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.