Lurinjyoti Gogoi reaction on DU ragging: ৰেগিং বন্ধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক: লুৰীণজ্যোতি গগৈ

By

Published : Nov 29, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ স্বাস্থ্য বুজ ল'লে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈয়ে(Lurinjyoti Gogoi visited to see Anand Sharma) । আদিত্য নাৰ্চিং হোমত উপস্থিত হৈ AJPৰ সভাপতি গগৈয়ে আনন্দ শৰ্মাৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি চিকিৎসকৰ পৰা বুজ ল'লে সমগ্ৰ চিকিৎসা ব্যৱস্থাৰ । ইয়াৰ পিছতে গগৈয়ে চৰকাৰ, প্ৰশাসন তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰে(Lurinjyoti Gogoi reaction on DU ragging incident) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰাক লৈ ক্ষোভ প্ৰকাশ কৰি ৰেগিঙৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.