Mukro firing incident: সীমা সমস্যা সমাধানৰ নামত ফটো উঠি চমক দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ

By

Published : Nov 23, 2022, 8:08 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা (Violence in Assam Meghalaya Border) সন্দৰ্ভত মন্তব্য লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ ৷ দুয়োখন ৰাজ্যৰ মাজত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক মাজত আলোচনা চলি থকাৰ পিছতো এনে গুলীচালনাৰ ঘটনা হোৱাতো এক চিন্তীয় বিষয় বুলি মত প্ৰকাশ কৰে সাংসদগৰাকীয়ে (Gaurav Gogoi on Mukro firing) ৷ দুয়োখন ৰাজ্যৰ সীমান্তত থকা আৰক্ষীৰ মাজত কোনো কাৰণত যাতে গুলীচালনাৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এক উপযুক্ত SOP ৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে (Violence in border area) ৷ শান্তি-সম্প্ৰতি তথা সীমা সমস্যা সন্দৰ্ভত কাষৰীয়া ৰাজ্যৰ মাজত আলোচনা নামত অসমৰ মুখ্যমন্ত্ৰীয়ে ফটো উঠা আৰু সংবাদ মাধ্যমত চমক দিয়া এখন নাটকহে কৰিছে বুলি কয় গৌৰৱ গগৈয়ে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.