Library opened in govt office: হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুথিভঁৰাল

By

Published : Nov 23, 2022, 4:54 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

গহপুৰৰ হেলেম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত পুথিভঁৰালৰ ব্যৱস্থা(library opened in Gohpur halem circle office) । হেলেম ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমনি বৰাৰ উদ্যোগত কাৰ্যালয়টোত স্থাপন কৰা হৈছে পুথিভঁৰাল ৷ কাৰ্যালয়টোৰ সন্মুখভাগত কিতাপসমূহ ৰাখিবলৈ সৰু সৰুকৈ আলমিৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে ৷ মাটি-বাৰী সংক্ৰান্তীয় কাম-কাজত চক্ৰ বিষয়া কাৰ্যালয়লৈ গ'লে সৰ্বসাধাৰণ লোকে বহু পৰ দিবলগীয়া হয় ৷ সেইসকল লোকৰ কথা চিন্তা কৰিয়েই চক্ৰ বিষয়াগৰাকীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ চক্ৰ বিষয়াগৰাকীৰ এই পদক্ষেপৰ শলাগ লৈছে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে বিভিন্নজনে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.