FIR against Badruddin Ajmal: আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

By

Published : Dec 10, 2022, 9:35 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অৱশেষত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে (FIR against Badruddin Ajmal)। 3 ডিচেম্বৰত আইইউডিএফ প্ৰধান বদৰুউদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্য পাছত এই পৰ্যন্ত ৮ টা গোচৰ দাখিল কৰিছে বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে (Badruddin Ajmal controversy) ৷ উক্ত গোচৰসমূহ আৰক্ষীয়ে ৰুজু নকৰাৰ ফলত বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰিছিল ৷ শনিবাৰে উক্ত গোচৰসমূহ ৰুজু কৰে আৰক্ষীয়ে ৷ উল্লেখ্য, ভাৰতীয় দণ্ডবিধি ১৫৩A, 295A, 298, 509 IPC ধাৰাৰ অধীনত ৭১০/২০২২ নম্বৰত ৰুজু কৰা হৈছে গোচৰ ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.