নৈশ বাছেৰে ভ্ৰমণ কৰি কলিয়াবৰত জিৰণি ল’লে 35 টাতকৈ অধিক গৰুৱে

By

Published : Oct 1, 2022, 8:40 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

এইবাৰ নৈশ বাছৰ যাত্ৰী হ’ল গৰু ৷ ৰাঘৱ নামৰ নৈশ বাছখনৰ যাত্ৰী হিচাবে যাত্ৰা কৰিলে ৩৪টা গৰুৱে (Cattle transportation by bus at Kaliabor)৷ ইয়াৰ পাচতে উজনি অসমৰ পৰা মেঘালয় অভিমুখী নৈশ বাছখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে গৰুকেইটা (Cattle seized at Kaliabor)৷ এইদৰে নতুন কৌশল অৱলম্বন কৰি গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে একাংশই(Cattle smuggling in Assam) ৷ কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰা গৰুভৰ্তি বাছখনৰ নম্বৰ হৈছে AS০১ DC ৪৪৪২ ৷ উল্লেখ্য যে, আৰক্ষীৰ তালাচীৰ উমান পাই গৰুভৰ্তি বাছখন এৰি পলায়ন কৰে সৰবৰাহকাৰীৰ লগতে বাছখনৰ চালক-হেন্দিমেনে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.