Traditional Sajjappa: কেনেকৈ তৈয়াৰ কৰা হয় চাজাপ্পা ?
Published on: Aug 6, 2022, 10:59 PM IST |
Updated on: Aug 7, 2022, 11:02 PM IST
Updated on: Aug 7, 2022, 11:02 PM IST

চাজাপ্পা হৈছে কৰ্ণাটকৰ পৰম্পৰাগত মিঠাই (Sajjappa traditional Karnataka recipe) । যিটো সাধাৰণতে গৌৰী উৎসৱৰ সময়ত প্ৰস্তুত কৰা হয় (Gauri festival recipe)। সেয়ে আপুনিও যদি কানাড়া খাদ্যৰ প্ৰতি আগ্ৰহী (kannada recipes Sajappa), তেন্তে আজিয়েই আমাৰ এই ৰেচিপিৰে ঘৰতে প্ৰস্তুত কৰক কৰ্ণাটকৰ পৰম্পৰাগত মিঠাই চাজাপ্পা (Sweet recipe Sajjappa) ৷ আমাৰ ৰেচিপিৰে শিকো আহক চাজাপ্পা...
Loading...