Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক
Published on: Nov 12, 2022, 10:52 PM IST |
Updated on: Nov 13, 2022, 11:24 AM IST
Updated on: Nov 13, 2022, 11:24 AM IST

দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক ৷ বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম-জয়ন্তী এইবাৰ দিল্লীত উদযাপন কৰা উলহ-মালহেৰে (400 birth anniversary of Lachit Borphukan)৷ সেই উপলক্ষে দিল্লীৰ কেউফালে এতিয়া কেৱল লাচিত বন্দনা ৷ মেট্ৰ’ ষ্টেচনতো দেখা গ’ল অসমীয়া বুকু উফন্দি উঠা দৃশ্য ৷ ষ্টেচনটোত বাজিছে সুধাকণ্ঠৰ ‘মই লাচিতে কৈছোঁ’ গীত আৰু প্ৰতিখন মেট্ৰ’ ৰে’লত দেখা গৈছে লাচিত বৰফুকনৰ ছবি (Lachit Borphukan in Delhi metro station)৷
Loading...