কাজিৰঙাত বিদেশী পৰ্যটকে আশীষ ল'লে মা দুৰ্গাৰ

By

Published : Oct 3, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহাষ্টমীৰ দিনা কাজিৰঙাত বিদেশী পৰ্যটকে আশীষ ল'লে মা দুৰ্গাৰ । সমান্তৰাল কৈ ঢাকৰ তালে তালে নাচিলে বিদেশী পৰ্যটকে (foreigner in Kaziranga)। ইজৰাইলৰ পৰা অহা দুই পৰ্যটকক দেখা গ'ল কঁহৰা বাৰোৱাৰী পূজামণ্ডপত মা দুৰ্গাৰ চৰণত সেৱা লোৱা । উল্লেখ্য যে, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পাছতে কাজিৰঙাত ভিৰ পৰিলক্ষিত হৈছে দেশী-বিদেশী পৰ্যটকৰ ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.