Football tournament: বৰমাত ১৩ বছৰ অনুৰ্ধৰ ফুটবলৰ চুড়ান্ত খেলৰ বিজয়ী দিঘেলী স্পষ্ট ক্লাৱ

By

Published : Aug 1, 2022, 9:53 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

দেওবাৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হৈ যায় ১৩ বছৰ অনুৰ্দ্ধৰ ফুটবল খেলখনৰ চুড়ান্ত প্ৰতিযোগীতা (Football tournament held in Baksa) ৷ বৰমা আঞ্চলিক এবছুৰ উদ্যোগত আয়োজিত স্বৰ্গীয় অংগদ চৌধুৰী সোৱৰণী ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন জেখাইখনা স্পষ্ট ক্লাৱ আৰু দিঘেলী স্পষ্ট ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায় ৷ খেলত দিঘেলী স্পষ্ট ক্লাবে বিজয় সাব্যস্ত কৰে ৷ চুড়ান্ত খেলখন উপভোগ কৰাৰ লগতে বঁটা বিতৰণীৰ কাৰ্যসূচীত উপস্থিত থাকে বাক্সা জিলাৰ এবছুৰ সভাপতি উমেশ দৈমাৰী (Umesh Daimari, ABSU President) ৷ ক্ৰীড়াৰ যোগেদিও যে ছাত্ৰ-ছাত্ৰীয়ে আগুৱাই যাব পাৰে সেই কথা উল্লেখ কৰি চৰকাৰেও এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ কথা কলে বাক্সা জিলাৰ এবছুৰ সভাপতিগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.