এক মিনিটতে লুঙীমেনে কিদৰে চুৰি কৰি লৈ গ’ল বলেৰ’

By

Published : Aug 21, 2022, 4:16 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

বহু কষ্টৰ অন্তত লক্ষ্যত উপনীত হ’ল এটা চোৰ (Bolero theft in Jharkhand)৷ বহুবাৰ চেষ্টা কৰি বিফল হৈছিল যদিও একাগ্ৰতাৰ লগতে শাৰীৰিক শ্ৰমৰ বিনিময়ত সৰকাবলৈ সক্ষম হ’ল এখন বলেৰ' বাহন ৷ শনিবাৰে নিশা চোৰটোৱে বলেৰ' চুৰিৰ বাবে চলোৱা সফল অভিযানৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচি টিভি কেমেৰাত(CCTV footage of thief) ৷ ঘটনাটো সংঘটিত হ’ল ঝাৰখণ্ডৰ পালামুৰ নৱজয়পুৰ আৰক্ষী থানাৰ এলেকাত ৷ লুঙী পৰিহিত চোৰটোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.