Flood in sonitpur: গাভৰু নৈৰ বাঢ়নি পানীয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল

By

Published : Jul 1, 2022, 12:56 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰঙাপৰাত গাভৰু নৈৰ বাঢ়নি পানীয়ে পুনৰ সৃষ্টি কৰিছে বানৰ (Flood in Rangapara)। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নৈৰ বাঢ়নি পানীয়ে ৰঙাপৰাৰ ভেলোৱাটাৰ আৰু শিয়ালমাৰী গাঁও সম্পূৰ্ণ ৰূপে প্লাৱিত কৰে । নিশা নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাত চৌদিশে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় । নিশাৰ ভাগত হঠাৎ অহা পানীৰ ঢলে ভেলোৱাটাৰ আৰু শিয়ালমাৰী গাঁৱৰ কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । শ শ হেক্টৰ কৃষিভূমি বানৰ কৱলত (Hundred hectares of agricultural land affected by floods) । ইফালে ভেলোৱাটাৰ গাঁৱখনলৈ হঠাতে অহা বানে নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ঘৰত ভিতৰত হোৱা একাঠু পৰ্যন্ত হোৱা লৈ পানীৰ ফলত নিশা আতংকৰ মাজত উজাগৰে কটাবলগীয়া হয় ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.