Fire at Sonari : সোণাৰিৰ অগ্নিকাণ্ডত জাহ গ’ল এটা বাসগৃহ

By

Published : Nov 29, 2022, 9:11 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

সোণাৰিত অঘটন ৷ সোণাৰিৰ সোণালীপামত মঙলবাৰে নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out at Sonari)। নিমিষতে এই জুই জাহ যায় শিৱ মুণ্ডা নামৰ লোকজনৰ বাসগৃহ । অৱশ্যে বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । ইফালে স্থানীয় লোকৰ তৎপৰতাত ঘটনা সন্দৰ্ভক খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও সম্পূৰ্ণ ৰূপে জাহ যায় বাসগৃহটো (Fire at Sonari) ৷ অৱশ্যে ঘৰত কোনো নথকা অৱস্থাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিবলৈ দিছে ঘৰৰগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.