Fire breakout at Sonari: বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত তিনিটাকৈ বাসগৃহ

By

Published : Nov 16, 2022, 12:06 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

সোণাৰিৰ ভৱানীপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire breakout at Sonari) ৷ বুধবাৰে সোণাৰি পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ নিৱাসী শংকৰ দত্তৰ তিনিটা ভাড়াঘৰ ভস্মীভূত হয় (Three houses gutted in devastating fire) ৷ এই অগ্নিকাণ্ডৰ ফলত যথেষ্ট পৰিমাণৰ সা-সামগ্ৰী জ্বলি ছাঁই হৈ যায় যদিও কথমপি প্ৰাণৰক্ষা শংকৰ দত্তৰ পৰিয়ালটোৰ ৷ অগ্নিকাণ্ডৰ ফলত তিনিটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে এখন বাইক জ্বলি ছাঁই হৈ যায় ৷ অৱশ্যে এতিয়ালৈ এই অগ্নিকাণ্ড হোৱাৰ আঁৰৰ কাৰণ পোহৰলৈ অহা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.