Elephants roam freely: হাৱাইপুৰত এজাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ

By

Published : Nov 21, 2022, 12:52 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

হোজাই জিলাৰ হাৱাইপুৰত পুৱাই এক নান্দনিক দৃশ্য ৷ এজাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ (Elephants roaming)। কেইবাটাও পোৱালিসহ বনৰীয়া হাতীৰ জাকটোৱে ৰে’লপথ আৰু ৰাজপথৰ মাজেৰে মুক্ত বিচৰণ কৰাৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে । বিগত এমাহ ধৰি খাদ্যৰ সন্ধানত এই হাতীৰ জাকটোৱে লামডিং বনাঞ্চলৰ পৰা হাৱাইপুৰ অঞ্চললৈ নামি আহে আৰু আজি পুনৰ লামডিং বনাঞ্চলৰ পাহাৰলৈ যাত্ৰা কৰে । ইপিনে বন্যহস্তীৰ এনে মুক্ত বিচৰণৰ বিপৰীতে স্থানীয় বনবিভাগৰ কাণসাৰ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.