বাঁহেৰে নিৰ্মিত পূজা মণ্ডপে জেউতি ভক্তক আকৰ্ষণ কৰিছে কলিয়াবৰত

By

Published : Oct 2, 2022, 5:44 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

কলিয়াবৰত উলহ-মালহৰে উদযাপিত হৈছে দুৰ্গোৎসৱ(Durga puja in Kaliabor)৷ ভিন্ন আৰ্হিৰ পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজৰ ৷ হাতীগাঁও সন্মিলিত যুৱক সংঘৰ দ্বাৰা আয়োজিত পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম ভক্তপ্ৰাণ ৰাইজৰ ৷ পূজা মণ্ডপৰ মূল তোৰণ শিৱলিংগত গণেশে পূজা কৰাৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা হৈছে । ঢাৰি আৰু বাঁহৰে নিৰ্মাণ কৰা হৈছে এই মণ্ডপ । এই পূজাই নৱম বছৰত এইবাৰ ভৰি দিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.