আইমী বৰুৱাই ডক্টৰেট ডিগ্ৰীৰ বাবে আসন লাভ কৰা সন্দৰ্ভত তদন্তৰ আহ্বান

By

Published : Sep 30, 2022, 5:09 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

"শেহতীয়াকৈ আইমী বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালত ডক্টৰেট ডিগ্ৰীৰ বাবে আসন লাভ কৰিছে বুলি আমি গম পাইছো (Aimee Baruah doctorate seat in Guwahati University ) ৷ যিসকলে PhD ৰ কাৰণে আবেদন জনাইছিলে তেওঁলোকে কৈছে যে, 6 খন আসন আছিল তাৰে 7 নম্বৰ আসন আইমী বৰুৱাই লাভ কৰিছে ৷ প্ৰৱেশ পৰীক্ষাৰ মৌখিক পৰীক্ষাত আইমী বৰুৱা উপস্থিত নাছিল, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি অনলাইনযোগে তেওঁ এই পৰীক্ষাত বহিছিল ৷ কেৱল মন্ত্ৰীপত্নী হোৱা বাবে যদি PhD ৰ আসন এনেদৰে দিয়া হয় তেনেহ’লে সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ উচ্চশিক্ষাৰ প্ৰতি থকা সপোনৰ লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ওপৰত থকা বিশ্বাসবোৰো নোহোৱা হৈ যাব (Gyanashree Bora press meet on Aimee Baruah)৷" শুকুৰবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাৱত আইমী বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে আসন লাভ কৰা সন্দৰ্ভত বিজেপি চৰকাৰৰ নেতা পালিনেতাকে ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিৰক্ষা দিয়াৰ বিপৰীতে তদন্তৰ আহ্বান জনায় ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই (Spokesperson of Raijor Da) ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.