Durga Puja 2022: বোকাখাতৰ কাক গোসাঁনী চাতনি থানত হাজাৰ হাজাৰ ভক্তৰ সমাগম

By

Published : Oct 3, 2022, 2:06 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বোকাখাতৰ শ্ৰীশ্ৰী কাক গোসাঁনী চাতনি থানত(Kako Gosani Than) হাজাৰ হাজাৰ ভক্তৰ সমাগম (Durga Puja at Bokakhat)। মা দেৱীৰ আশীষ বিছাৰি দেৱীলৈ আগবঢ়াইছে বলি । স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে স্থাপন হোৱা বোকাখাতৰ থানখনত এই বছৰ ২ টা ম’হৰ বৰবলি, ২০০ টা ছাগলী আৰু ৭০০ টা হাঁহ ভক্তই দেৱীলৈ আগবঢ়ায় (Sacrifice to Durga at Bokakhat)। দেৱী দুৰ্গাৰ আশীৰ্বাদত ভক্তৰ মনোবাঞ্চা পূৰণ হোৱাৰ বাবে দেৱীলৈ মনোনিত কৰি ৰখা প্ৰসাদ আগবঢ়ায় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.