Cybercriminals arrested : ব্লেক মেইলিং কৰি ৰঙাঘৰৰ আলহী উত্তৰ প্ৰদেশৰ যুৱক

By

Published : Dec 2, 2022, 8:07 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

উত্তৰ প্ৰদেশৰ অপৰাধীয়ে বাহৰ পাতিছে মঙলদৈত । অশ্লীল ভিডিঅ’ কলিঙেৰে জাল পাতিছে বহু অপৰাধীয়ে । বহু লোকক ব্লেক মেইলিং কৰা এই অপৰাধীৰ দলটোত আছে কেবাগৰাকীও মহিলা । এইবাৰ ব্লেক মেইলিং কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত মঙলদৈ আৰক্ষীৰ জালত পৰিছে উত্তৰ প্ৰদেশ এজন যুৱক (Cybercriminals arrested at Mangaldoi) ৷ আটকাধীন লোকজন আজাদ আনচাৰী বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.