Ink attacked on AAP leader: আপ নেতালৈ চিয়াঁহী নিক্ষেপক লৈ প্ৰতিক্ৰিয়া নগাঁও বিজেপিৰ

By

Published : Nov 26, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

আপৰ নেতালৈ চিয়াঁহী নিক্ষেপৰ প্ৰসংগত প্ৰতিক্ৰিয়া নগাঁও বিজেপিৰ(Ink attacked on AAP leader) । অস্তিত্বহীন আপে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ বাবে এই কৌশল লোৱাৰ দাবী বিজেপিৰ নগাঁও মণ্ডলৰ সম্পাদক কৃষ্ণ সৰকাৰৰ(BJP Nagaon mandal secretary Krishna Sarkar) । তেওঁ লগতে এবছৰ পূৰ্বে আপৰ সম্পাদক যুগান্তৰ বৰা নিৰুদ্দেশ হোৱাৰ অপবাদো বিজেপিৰ ওপৰত জাপি দিব নেকি বুলি ওলোটাই প্ৰশ্ন কৰে ৷ বিজেপি নগাঁও মণ্ডলৰ সম্পাদক কৃষ্ণ সৰকাৰে অসমত গণভিত্তি নথকাৰ বাবেই আপৰ নেতৃত্বই এই নাটক কৰিছে বুলি দাবী কৰে ৷ আনহাতে আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকাৰ কথা উল্লেখ কৰি সৰকাৰে দোষীক আৰক্ষীয়ে কৰায়ত্ব কৰিলে ইয়াৰ আঁৰত কোন আছে ওলাই পৰিব বুলি কয়(BJP leader reaction on ink attacked) ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.