গুৰু বন্দনাৰে মুখৰিত কলিয়াবৰ

By

Published : Oct 5, 2022, 6:55 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ৰাজ্য়ৰ সত্ৰ-নামঘৰত বুধবাৰে সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয় (574th Birth anniversary of Srimanta Sankardev) ৷ সত্ৰসমূহত সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে এই জন্মোৎসৱ (Sankardeva birth anniversary observed in Assam) ৷ কলিয়াবৰতো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয় (Birth anniversary of Sankardev at Kaliabar)। কলিয়াবৰ জিলা সত্ৰ মহাসভা (Kaliabor District Satra Mahasabha), শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ কলিয়াবৰ আঞ্চলিক সমিতি, কলিয়াবৰ জিলা বৈদিক সমাজৰ উদ্যোগত সোনাৰি গাঁও হাজাৰ সমিতিৰ লগতে বিভিন্ন সত্ৰ-নামঘৰত উদ্‌যাপন কৰা হৈছে গুৰুজনাৰ জন্ম জয়ন্তী । কলিয়াবৰৰ ভিন্ন স্থানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshav Mahanta visited Namghar and Satra) সত্ৰ-নামঘৰত উপস্থিত হৈ আশীষ লয় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.