Bhabesh Kalita slams Hagrama Mahilari: সেৱাৰ নামত ধৰ্মটো কিয় লৈ যায়: ভৱেশ কলিতা

By

Published : Nov 19, 2022, 4:01 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

হাগ্ৰামা মহিলাৰীৰ ধৰ্মান্তৰকৰণ সন্দৰ্ভত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ(Bhabesh Kalita react on Hagrama comments) । তেওঁ কয়- "পত্ৰখন মই চোৱা নাই, ধৰ্মান্তকৰণ বন্ধ হব লাগে,সেৱাৰ নামত ধৰ্মটো কিয় লৈ যায়, দুখীয়া দ্ৰৰিদ্ৰৰ সুযোগ লৈ ধৰ্মান্তৰকৰণ কৰিব এইটো সম্ভৱ নহয় ৷" নলবাৰীৰ বৰ আজাৰাত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বিষয়ববীয়া সভাত উপস্থিত হৈ এই মন্তব্য ভৱেশ কলিতাৰ ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.