Angoorlata Deka Effigy Burn: প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ

By

Published : Jul 30, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

শিৱসাগৰৰ আমগুৰিত আটাছুৰ প্ৰতিবাদ(ATASU protest in Sivasagar) । বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰে এই প্ৰতিবাদকাৰীসকলে (Angoorlata Deka Effigy Burn at Amguri)। আঙুৰলতা ডেকাৰ নেতৃত্বত কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰতিবাদস্থলীত আহোম জাতিৰ প্ৰতি মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই (All Tai Ahom Students Union)। আমগুৰি নগৰৰ মাজমজিয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতিকৃতি চোঁচৰাই আনি নগৰৰ চাৰিআলিত দাহ কৰে । আহোম জাতিক লৈ কৰা এই অপমানৰ বাবে অনতিপলমে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.