অসমৰ ভূমি সংৰক্ষণৰ বাবে সদগুৰুৰ সংস্থাৰ লগত চুক্তি স্বাক্ষৰ

By

Published : Sep 26, 2022, 8:53 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

অসমৰ ভূমি সংৰক্ষণৰ বাবে Isha Foundationৰ লগত চুক্তি স্বাক্ষৰ (MOU with Isha Foundation)। অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাবে আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গ’ল দিছিল ৷ যিটো গ’ল ২০২৬ চনলৈ চেট কৰি ৰাখিছে । ৰাজ্যখনৰ সকলো বিভাগতে উন্নয়নৰ মুখ দেখুৱাৰ বাবে কাজিৰঙাত এই চিন্তন বৈঠক(Chintan Shivir at Kaziranga) । অসমৰ ভূমি সংৰক্ষণৰ বাবে সদগুৰু জগদীশ জগ্গী বাসুদেৱৰ(Sadhguru Jagadish Vasudev) সংস্থা Isha Foundationৰ লগত এক চুক্তি স্বাক্ষৰিত কৰাৰ কথা ব্যক্ত কৰে অসম চৰকাৰৰ ভূমি সংৰক্ষণ আৰু হস্ততাঁত-বস্ত্ৰ বিভাগৰ মন্ত্ৰী ইউ.জি. ব্ৰহ্মই (Minister UG Brahma)।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.