Ramakant Deori controversial remark: ৰমাকান্ত দেউৰীক নাকি লগোৱাৰ আহ্বান অসম ৰাজ্যিক বন কৰ্মচাৰী পৰিষদৰ

By

Published : Nov 22, 2022, 2:08 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

যৌথ অসম ৰাজ্যিক বন কৰ্মচাৰী পৰিষদ(Joint Assam State Forest Employees Council)ৰ সংবাদমেল । মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে এই সংবাদমেল । জ্ঞানৰ অভাৱত বিধায়ক গৰাকীয়ে এনে মন্তব্য কৰিছে বুলি মন্তব্য় কৰে বন কৰ্মচাৰী সকলে(Rama Kanta Dewri controversy) । বন বিষয়া সকলৰ মন্তব্য যে এই বিভাগটোৱে সংবিধানৰ ভিতৰত থাকি কাম কাজ পৰিচালনা কৰে । ভূমিপুত্ৰ সকলে দখল কৰি থোৱা বন বিভাগৰ ভূমি উচ্ছেদ কৰিবলৈ যোৱা বন বিষয়াক আক্ৰমণ কৰি টুকুৰা টুকুৰ কৰি পেলাবৰ বাবে দিয়া মন্তব্যই সংবিধানক অপমানিত কৰিছে(MLA Rama Kanta Dewri) । ইতিমধ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলিও মন্তব্য কৰে সংবাদমেলত । প্ৰশাসনক ৰমাকান্ত দেউৰীক নাকি লগাবলৈ আহ্বান জনাই পৰিষদে । আগন্তুক সময়ত যাতে কোনো জন প্ৰতিনিধিয়ে এনে মন্তব্য নকৰে তাৰ বাবেও ব্যৱস্থা লবলৈ আহ্বান বন কৰ্মচাৰী সকলৰ ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.