2023 ৰ ভিতৰত মুকলি হ’ব অৰুণাচলত নিৰ্মীয়মান চেলা সুৰংগ

By

Published : Sep 29, 2022, 10:11 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আগন্তুক ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বিশ্বৰ ভিতৰত প্ৰথম ১৩০০০ ফুট উচ্চতাৰ টু লেন চেলা পাছ (Longest twin lane 13000 feet tunnel)সুৰংগ (Arunachal’s Sela tunnel project) ৷ বৃহস্পতিবাৰে এই সুৰংগৰে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ সঞ্চালক লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে (Lt Gen Rajiv Chaudhary)১.৫ কিলোমিটাৰ দীৰ্ঘ সুৰংগৰে যাত্ৰা কৰে ৷ নুৰানং চেকটৰত প্ৰৱেশ কৰি তেওঁ কয় যে, যথেষ্ট পৰিশ্ৰমৰ ফলত বৰ্ডাৰ ৰোডছে এই সুৰংগ নিৰ্মাণ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.