Bhupen Bora at Kashi Vishwanath Temple: প্ৰশান্তি বিচাৰি গংগাৰ পাৰত ভূপেন বৰাৰ পূজা

By

Published : Jul 30, 2022, 9:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব লাভৰ পাছৰে পৰা অথন্তৰে লগেই এৰা নাই ভূপেন বৰাক ৷ দলৰ অন্তঃকন্দলে যেন প্ৰতি মূহুৰ্তে অশান্তি দিবলৈ আৰম্ভ কৰিছে প্ৰদেশ কগ্ৰেছৰ সভাপতিগৰাকীক(APCC president Bhupen Bora) ৷ ৰাজ্যসভা নিৰ্বাচনত নিজ দলৰ বিধায়কে শাসকীয় দলৰ বিধায়কক ভোট দিয়া বিতৰ্ক মাৰ নৌযাওতেই পুনৰ একেই ঘটনা হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনত ৷ তাৰ মাজতে দল ত্যাগ কৰা, চুকত থাকি বুকুত কামোৰা নেতাসকলৰ বিষয়বোৰতো আছেই ৷ এনে এশ এবুৰি চিন্তাত ভাৰাক্ৰান্ত ভূপেন বৰাই এতিয়া অলপ শান্তি বিচাৰিছে ৷ মানসিক প্ৰশান্তি ৷ এই প্ৰশান্তি বিচাৰি শুকুৰবাৰে পবিত্ৰ গংগাৰ পাৰত থকা কাশীৰ বিশ্বনাথ মন্দিৰ পালেগৈ বৰা (Bhupen Bora at Kashi Vishwanath Temple)৷ তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ মন্দিৰত পূজা-অৰ্চনা কৰি ব্যক্তিগত জীৱনটোৰ লগতে দলৰ মাজৰ অশান্তিবোৰৰ পৰা যেন কিছু সকাহ বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে...৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.