হায়দৰাবাদত গণপতি বিসৰ্জনত কন্যাৰে সৈতে আল্লু অৰ্জুন

By

Published : Sep 6, 2022, 3:27 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

হায়দৰাবাদত সোমবাৰে গণপতি বাপ্পাক বিদায় জনালে পুষ্পা ফেম আল্লু অৰ্জুনে ৷ লগত আছিল তেওঁৰ কন্যা ৷ অভিনেতাজনে নিজৰ ছ’চিয়েল মিডিয়াত গণপতি বিসৰ্জনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে (Allu Arjun instagram) । ভিডিঅ’টোত আল্লু অৰ্জুনক তেওঁৰ 5 বছৰীয়া কন্যা আল্লু আৰ্হাৰ সৈতে দেখা গৈছে (Allu Arjun daughter) । বিসৰ্জনৰ বাবে আল্লুৱে লগত লৈ গৈছিল এটি ইক’-ফ্ৰেণ্ডলি গণেশৰ মূৰ্তি ৷ আল্লুক পুনৰ পুুষ্পাৰ ছিকুৱেলত দেখিবলৈ পোৱা যাব ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.