Badaruddin Ajmal controversy : আজমলৰ বিৰুদ্ধে বৰপেটাত এজাহাৰ দাখিল AJP ৰ

By

Published : Dec 4, 2022, 10:02 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজেপিৰ বৰপেটা জিলা সমিতিৰ এজাহাৰ দাখিল (AJP files FIR against Ajmal in Barpeta) ৷ বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে AJP ৰ বৰপেটা জিলা সমিতিয়ে (FIR lodged against Ajmal) ৷ এজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ছহিদুল ইছলামে দাখিল কৰিলে এজাহাৰ দাখিল কৰাৰ পাছতেই AJP ৰ সাংগঠনিক সম্পাদক গোবিন্দ গায়নে প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰক ৷ আজমলৰ সৈতে যদি কোনো গোপন সম্পৰ্ক নাই তেন্তে আজমলক (AIUDF chief Badruddin Ajmal) গ্ৰেপ্তাৰ কৰিবলৈ প্ৰত্যাহ্বান জনাই AJP নেতাগৰাকীয়ে ৷ আজমলৰ মন্তব্যৰ জৰিয়তে ৰাজ্যত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ ষড়যন্ত্ৰ চলোৱাৰো অভিযোগ AJP ৰ (Badaruddin Ajmal controversial statement) ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.