AGP Founder Leader Khanin Mahanta: অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ নেতা খনিন মহন্ত গুৰুতৰভাৱে অসুস্থ

By

Published : Dec 6, 2022, 4:34 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু মাধ্যম আন্দোলনৰ নেতা খনিন মহন্ত গুৰুতৰভাৱে অসুস্থ (Khanin Mahanta ill)৷ জৰুৰীভাৱে নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি ৷ শ্বাস-প্ৰস্বাসজনিত সমস্যাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অসম আন্দোলনৰ নেতাগৰাকীক (Khanin Mahanta under treatment)৷ স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি খনিন মহন্তক নিশাই ICU ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ বিগত কেবাবছৰ ধৰি স্নায়ুৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল খনিন মহন্ত (AGP founder Khanin Mahanta)৷ অসম আন্দোলনত খনীন মহন্তই গ্ৰহণ কৰিছিল মুখ্য ভূমিকা ৷ ১৯৮৫ চনত অগপৰ চৰকাৰৰ দিনত এ জি এম চিৰ অধ্যক্ষৰ দায়িত্ব বহন কৰাৰ লগতে ১৯৯৬ চনত এছকাৰ্ড বেংকৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল মহন্ত ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.