জনজাতিকৰণৰ জুই: 16 ছেপ্টেম্বৰত বঙাইগাঁও বন্ধৰ আহ্বান

By

Published : Sep 15, 2022, 6:54 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

কোচ-ৰাজবংশী ছাত্ৰ সন্থাই(Koch Rajbongshi Students Union) ২৪ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান জনাইছে (Bongaigaon district bandh)। কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ(ST status of Koch Rajbongshi) নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি আহ্বান জনাইছে এই বন্ধৰ ৷ চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত 16 ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া বঙাইগাঁও জিলা বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.