ধুবুৰীত ব্ৰহ্মপুত্ৰত 11 মহীয়া শিশুৰ সলিল সমাধি

By

Published : Sep 23, 2022, 9:39 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

শুকুৰবাৰে ধুবুৰীৰ ভাষানীত সংঘটিত হ’ল শোকাৱহ ঘটনা ৷ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটিল এটি এঘৰমহীয়া শিশুৰ ৷ আমিৰ হুছেইন নামৰ লোকজনৰ 11 মহীয়া শিশু কণ্যাই ঘৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰত খেলি থাকোতে শিশুটি হঠাৎ পানীত পৰি সন্ধাহীন হয় (Baby sank in river in Dhubri)।‌ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত স্থানীয় একাংশ ৰাইজে উদ্ধাৰ কৰে শিশুটিক। লগে লগে পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ নিয়ে যদিও শিশুটিৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে (Baby dead in Brahmaputra in Dhubri)।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.