ISKCON: উত্তৰ পূৰ্বাঞ্চলত ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰচাৰ ইণ্ডিয়া ট্ৰাইবেল কেয়াৰৰ

By

Published : Dec 27, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বিদশৰ পৰা আহি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলত কৃষ্ণৰ নাম বিলাইছে ইস্কনৰ ভক্তসকলে (ISKCON rally at Karimganj)। ইস্কনৰ ইণ্ডিয়া ট্ৰাইবেল কেয়াৰ ট্ৰাষ্টৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত এই প্ৰচাৰ চলাই আছে (India Tribal Care Trust)। ধনৰ প্ৰলোভন দি জনজাতীয় হিন্দুসকলক ধৰ্মান্তৰকৰণৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰিছে ইস্কনৰ ইণ্ডিয়া ট্ৰাইবেল কেয়াৰ ট্ৰাষ্টে । ইণ্ডিয়া ট্ৰাইবেল কেয়াৰ ট্ৰাষ্টৰ সভাপতিগৰাকীয়ে ভাৰতবৰ্ষৰ আন ৰাজ্য়ৰ লগতে অসমতো সংস্কৃত বিদ্যালয় খোলাৰ বাবে চৰকাৰক দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.