Fish killed by miscreants: কৰিমগঞ্জৰ লংগাই নৈত বিহ দি মাছ নিধন দুৰ্বৃত্তৰ

By

Published : Dec 27, 2022, 10:30 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

কৰিমগঞ্জ জিলাৰ লংগাই নৈত হঠাতে ওপঙি উঠিছে হাজাৰ হাজাৰ মাছ । দুষ্কৃতিকাৰীয়ে বিহ ঢালি মাছ নিধন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে (Miscreants kill fish by poison in Karimganj )। ইয়াৰ মাজতেই একাংশ লোকে ওপঙি থকা মাছ ধৰাত ব্যস্ত হৈছে যদিও আন একাংশই আকৌ আতংকিত হৈছে (Fish killed by miscreants in Longai River at Karimganj )। কিয়নো লংগাই নৈৰ পৰা চহৰৰ খোৱা পানী যোগান ধৰা হয় । এই পানী খোৱাৰ ফলত অসুখ হ'ব পাৰে বুলি শংকিত হৈছে ৰাইজ । স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে, বছৰৰ এই সময়ছোৱাত দুষ্কৃতিকাৰীয়ে লংগাই নৈত বিহ দি আহিছে যদিও মীন বিভাগে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰা নাই ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.