DUPG election: নাহৰৰ দেশত নিৰ্বাচনী উছাহ

By

Published : Nov 14, 2022, 6:26 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ উদুলি-মুদুলি ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University election)। পুৱাৰে পৰা অনুষ্ঠিত হৈছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Dibrugarh University election 2022)। উল্লেখ্য় যে বিশ্ববিদ্যালয়খনৰ ৪,৬০০ গৰাকী ভোটাৰে ভোটদান কৰিছে এই নিৰ্বাচনত। উক্ত নিৰ্বাচনত ১৮ টা পদত ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সন্ধিয়া ঘোষণা কৰা হ'ব আনুষ্ঠানিক ফলাফল । উল্লেখযোগ্য যে সভাপতি পদৰ বাবে দিব্যজ্যোতি গগৈ,পাৰ্থ সাৰথি গগৈ আৰু পেৰিপল হাজৰিকা, উপ-সভাপতি পদত চয়নজ্যোতি চেতিয়া আৰু প্ৰত্যুষ ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক পদৰ বাবে হেমাংগ ভূঞা আৰু উজ্জ্বল অংকুৰ বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.