Bharat Jodo Yatra at Assam: বটদ্ৰৱা থানত আশিস ল'লে ভূপেন বৰাই

By

Published : Nov 24, 2022, 3:51 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra in Assam) অংশৰূপে বৃহস্পতিবাৰে পুৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা-কৰ্মী আহি উপস্থিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত (APCC president at Batadrava Than)। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা, ৰাজ্যিক সমন্বয়ক ৰমেন বৰঠাকুৰকে আদি কৰি কেইবাগৰাকী দলীয় নেতা-কৰ্মীয়ে বটদ্ৰৱা থানত শৰাই আগবঢ়াই । পৰবৰ্তী সময়ত বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়াৰ পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি ধিং সমষ্টিটো কেইবাটাও কাৰ্য্যসূচী অনুষ্ঠিত কৰে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.