বন্ধুৰ সৈতে গা ধুবলৈ গৈ কলঙত সলিল সমাধি যুৱকৰ

By

Published : Aug 19, 2022, 3:19 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

শুক্ৰবাৰে নগাঁৱৰ কলং নৈত সংঘটিত হয় এক শোকাৱহ ঘটনা । গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন যুৱকৰ ৷ নগাঁও চহৰৰ খুটীকটীয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো(Youth died after falling into Kalang) ৷ মৃত যুৱকজনৰ নাম দীপ শৰ্মা বুলি জানিব পৰা গৈছে । দুই বন্ধুৰ লগত কলঙত গা ধুই থাকোতেই পানীত উটি যায় যুৱকজন । পিছত স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ যুৱকজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱৰ খুটীকটীয়া অঞ্চলত ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.