শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত বিশ্ব ফাটোগ্ৰাফী দিৱস পালন

By

Published : Aug 19, 2022, 2:07 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

আজি বিশ্ব ফটোগ্ৰাফী দিৱস(World Photography Day) । এই উপলক্ষে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ত্ৰিৰংগ শীৰ্ষক বিশেষ ফটো প্ৰদৰ্শনীৰ আয়োজন কৰা হয়(Photo exhibition on the occasion of World Photography Day in Tezpur) । স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে বিশিষ্ট ফটো সাংবাদিক সমীৰ কৰে কেমেৰাত বন্দী কৰা এই বিশেষ চিত্ৰ সমূহ প্ৰদৰ্শনীত দাঙি ধৰে । তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই উন্মোচন কৰা আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰা এই ফটো প্ৰদৰ্শনত ডিজিটেল যুগৰ পূৰ্বৰ ভিনটেজ কেমেৰা সমূহো প্ৰদৰ্শন কৰা হয় ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.