পুত্ৰৰ অভিনয় কেৰিয়াৰ সন্দৰ্ভত এই মন্তব্য দিলে অভিনেতা গোবিন্দাই

By

Published : Sep 24, 2022, 12:47 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ষ্টাৰকিডক লৈ বলীউড সদায়েই উদ্বিগ্ন ৷ কোনে অভিনয়ক কেৰিয়াৰ হিচাপে বাছি ল’ব কোনে আন দিশত কেৰিয়াৰ গঢ়িব এইয়া বলীউডৰ অন্যতম চৰ্চাৰ বিষয় ৷ পিতৃ-মাতৃৰ পদাংক অনুকৰণ কৰি শেহতীয়াকৈ বলীউডত খোজ পেলোৱা বহু ষ্টাৰকিডৰ পিছত এতিয়া সকলোৱে জানিব বিচাৰিছে জনপ্ৰিয় তাৰকা গোবিন্দাৰ পুত্ৰ যশবৰ্ধনে কিহক লৈ মন মেলিছে (Govinda son Yashvardhan) ? শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত গোবিন্দাক তেওঁৰ পুত্ৰৰ বলীউড যাত্ৰা সম্পৰ্কত সোধা হৈছিল প্ৰশ্ন (Govinda opens up about his son Yashvardhan) ৷ অভিনেতাজনে কি মন্তব্য দিলে শুনো আহকচোন-

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.