Robbery case in Nalbari : মটৰ চাইকেলত অহা দুৰ্বৃত্তই কাঢ়ি নিলে লাখ টকা ভৰ্তি বেগ

By

Published : Jul 30, 2022, 10:33 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

দিন দুপৰতে নলবাৰীত অঘটন ৷ শনিবাৰে নলবাৰী চহৰৰ মাজ মজিয়াত সংঘটিত হয় এক ডকাইতি কাণ্ড ৷ বেংকৰ পৰা ধন উলিয়াই আহোতে এগৰাকী শিক্ষকৰ পৰা বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে দুই লাখ টকা (Miscreant looted about lakhs) । সমগ্ৰ ঘটনা বন্দী হৈছে এখন দোকানৰ চি চি টিভি কেমেৰাত ৷ চিলনী চোৰৰ আক্ৰমণত আহত হয় ভুক্তভোগী শিক্ষকগৰাকী ৷ উল্লেখ্য যে, নলবাৰীত ধাৰবাহিকভাৱে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে (Rise in theft and robbery cases in Nalbari)৷ এই সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.