Operation against Jihadi in Assam: জেহাদীৰ সৈতে লিংক থকাৰ সন্দেহত আটক আমিৰ হামজা

By

Published : Jul 30, 2022, 9:04 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

জেহাদীৰ লিংক বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীৰ অভিযান (Jihadi activities in Assam) ৷ এইবাৰ জেহাদীৰ সৈতে লিংক থকাৰ সন্দেহত অসম আৰক্ষীয়ে অভিযান চলাই ধিঙৰ ভেৰভেৰী গাঁৱত (Operation against Jihadi in Assam)। মৈৰাবাড়ী থানাৰ আৰক্ষীয়ে ভেৰভেৰিস্থিত মুফটি মুস্তাফা আহমেদৰ মোমায়েকৰ ঘৰত চলাই অভিযান ৷ আনকি এই অভিযানৰ কালচোৱাতে পশ্চিম ভেৰভেৰি ছোবাহী মাদ্ৰাছাতো অভিযান চলাই আটক কৰে আমিৰ হামজা নামৰ এজন শিক্ষকক ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.