Assam CM on Jihadist activities: চুবুৰীয়া বাংলাদেশৰ বাবেই অসমত বাঢ়িছে জেহাদীৰ কাৰ্যকলাপ
Published on: Jul 29, 2022, 8:30 PM IST

শেহতীয়াকৈ ৰাজ্যখনত বৃদ্ধি পোৱা জেহাদীৰ কাৰ্যকলাপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য (Assam CM on Jihadist activities) । চুবুৰীয়া বাংলাদেশৰ বাবে এতিয়া ৰাজ্যত কাৰ্যকলাপ বৃদ্ধি পাইছে জেহাদী সংগঠনৰ (Himanta Biswa sarma slams Bangladesh for Jihadist activities)। যোৰহাটৰ গড়মূৰ দুলিয়াপামত এক গুৰুত্বপূৰ্ণ দিশ উদঙাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ কাষত বাংলাদেশ থকাৰ বাবেই জেহাদী সমস্যা থাকিবই বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব (Jihadist activities in Assam)। লগতে প্ৰাইভেট মাদ্ৰাছা সমূহৰ পঞ্জীয়নৰ ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰাইভেট মাদ্ৰাছা সমূহত অংক আৰু বিজ্ঞান পঢ়োৱাটো বাধ্যতামূলক কৰাৰ চিন্তা কৰা হৈছে ।
Loading...